Twitter

Follow palashbiswaskl on Twitter

Memories of Another day

Memories of Another day
While my Parents Pulin babu and Basanti devi were living

Saturday, January 22, 2011

আহক, অসমীয়া ভাষাত কম্পিউটাৰত টাইপ কৰোঁ ।

আহক, অসমীয়া ভাষাত কম্পিউটাৰত টাইপ কৰোঁ ।

 

আজিৰ যুগত অসমীয়া ভাষাত কম্পিউটাৰত টাইপ কৰিব নজনাটোপ্রকাৰন্তৰে নিৰক্ষৰৰ দৰেই।প্রায় সকলোৱে অসমীয়াত টাইপ কৰিবৰ বাবেঅলপ আপচোচ কৰে। যাৰ বাবে অসমীয়া ভাষা ইন্টাৰনেটৰ বিশ্বত যেনেভাবে প্রচাৰ প্রসাৰ ' লাগিছিল তেনেকৈ হোৱা নাই। আহক অন্ততঃ পোনপ্রথমে নিজৰ নামটো অসমীয়াত কম্পিউটাৰত টাইপ কৰি প্রথম খোজটোপেলাঁও। আপোনাৰ অকণমান পদক্ষেপে ভাষাটোক আগবাঢ়ি যোৱাত সহায়ক'ব।

ফেচবুকৰ "অসমীয়াত কথা বতৰা"

 (http://www.facebook.com/home.php?sk=group_144539158931922&ap=1 ) গ্রুপটোৰ জৰিয়তে ৎসাহীব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিব খোজা হৈছে। ইয়াত কেৱলঅসমীয়া UNICODE কথা বতৰা পতালিখা মেলা কৰা হৈছে।কাৰোবাৰ অসমীয়া লিখাত অসুবিধা 'লে সহায় কৰিবলৈ আমাৰ বিশেষজ্ঞসমল ব্যক্তি উপলব্দ 'ব। আহক আমি অসমীয়াত কথা বতৰা পাতোঁ  ।চিৰচেনেহী মোৰ ভাষা জননী।
(
নজনাটো লাজৰ কথা নহয়জানিবলৈ আগ্রহ নকৰাটো লাজৰ কথা। )


--
Palash Biswas
Pl Read:
http://nandigramunited-banga.blogspot.com/

No comments:

Related Posts Plugin for WordPress, Blogger...